মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

আপুনি বয়সস্থ ব্যক্তিক গুৰুত্ব দিব। তেওঁলোকে আপোনাক আশীৰ্বাদ দিব।
মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ
Published on: 

কৰ্মজীৱন আৰু পেচাদাৰী জীৱনত আপুনি আঁচনি-পৰিকল্পনা প্ৰস্তুতৰ ক্ষেত্ৰত পৰামৰ্শ লাভ কৰিব পাৰে। আপুনি প্ৰতিশ্ৰুতিবদ্ধ হব আৰু এয়া সম্ভৱ হবনে নে নহয়, তাৰ বিষয়ে ভাবিব। যিকলে বিক্ৰী আৰু নেটৱৰ্কিং কামৰে জড়িত তেওঁলোকে ভাল সুযোগ পাব পাৰে। আপুনি বয়সস্থ ব্যক্তিক গুৰুত্ব দিব। তেওঁলোকে আপোনাক আশীৰ্বাদ দিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com