মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

বেংকিং, বিনিয়োগ আদিৰ নিচিনা কামত আপুনি ব্যস্ত থাকিব। দূৰ ভ্ৰমণ অৰ্থপূ্ৰ্ণ হব।
মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ
Published on: 

কৰ্মক্ষেত্ৰত আপুনি কোনো নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা উত্সাহ পাব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক এই দায়িত্ব গুৰুত্বসহকাৰে লবলৈ উত্সাহ জনাব। বেংকিং, বিনিয়োগ আদিৰ নিচিনা কামত আপুনি ব্যস্ত থাকিব। দূৰ ভ্ৰমণ অৰ্থপূ্ৰ্ণ হব। আপুনি বহু প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com