মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীও ইতিবাচক হব। নতুন যোগাযোগ স্থাপিত হব।
মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক এক সুন্দৰ ঠাইলৈ লৈ যাব। আপোনাৰ প্ৰিয় কোনো পৰিয়ালৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনাও আছে। ঘৰত আকাংক্ষিত কোনো অনুষ্ঠানৰ আয়োজন চলিব। জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীও ইতিবাচক হব। নতুন যোগাযোগ স্থাপিত হব। মহিলাসকলে নিজৰ কামত দক্ষতা অৰ্জন কৰিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com