মকৰ, ২২ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

কিন্তু আপুনি আপোনাৰ কথা-বতৰাত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আৰু কোনো লোককে বিশ্বাস নকৰিব।
মকৰ, ২২ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ
Published on: 

আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হব। আপুনি বিবাহকে ধৰি ভৱিষ্যতৰ কথা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আলোচনা কৰিব। আপুনি আপোনাৰ মূল বিচৰাৰ চেষ্টা কৰিব আৰু আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। এই সময়ছোৱাত আপুনি বৃহত সকাহ পাব। কিন্তু আপুনি আপোনাৰ কথা-বতৰাত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আৰু কোনো লোককে বিশ্বাস নকৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com