মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

আপুনি কেতবোৰ কামৰ ফলাফল এতিয়া সংগ্ৰহ কৰিব পাৰিব। আপুনি সম্পূৰ্ণ সক্ৰিয়তাৰে কেতবোৰ সামাজিক কাম-কাজত অংশ লব।
মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ
Published on: 

আপুনি ফ্লাৰ্ট কৰাৰ মানসিকতা গঢ়ি তুলিব আৰু এতিয়াই কোনো ডাঙৰ কাম কৰিবলৈ অগ্ৰসৰ হব। আপুনি কিছুসংখ্যক ব্যক্তিক লগ পাব আৰু তেওঁলোকৰ সংগত সময় উপভোগ কৰিব। আপুনি চেষ্টাৰ জৰিয়তে ভাল আয় কৰিবলৈ সক্ষম হব। আপুনি কেতবোৰ কামৰ ফলাফল এতিয়া সংগ্ৰহ কৰিব পাৰিব। আপুনি সম্পূৰ্ণ সক্ৰিয়তাৰে কেতবোৰ সামাজিক কাম-কাজত অংশ লব। চৰকাৰৰ সৈতে সম্পৰ্কিত কাম সমাধা হব।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com