মিথুন( ২২মে'ৰ পৰা ২১ জুনলৈ)

আপুনি কঠিন কৰ্ম-সম্পাদনৰ দায়িত্ব লব আৰু কিছু সফলতা অৰ্জন কৰিব।
মিথুন( ২২মে'ৰ পৰা ২১ জুনলৈ)
Published on: 

আজিৰ দিনটো আপোনাৰ বাবে উল্লেখনীয় দিন হব। কৰ্মস্থলীত আপুনি ব্যতিক্ৰমতাৰে কাৰ্য সম্পাদন কৰিব আৰু আত্মবিশ্বাস আৰু সক্ষমতাৰ বলত আনসকলক অতিক্ৰম কৰিব। আপুনি কিছু চৰকাৰী আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি কঠিন কৰ্ম-সম্পাদনৰ দায়িত্ব লব আৰু কিছু সফলতা অৰ্জন কৰিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com