মিথুন (২২ মে'ৰ পৰা ২১ জুনলৈ)

অ-বিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব।
মিথুন (২২ মে'ৰ পৰা ২১ জুনলৈ)
Published on: 

আজিৰ দিনটো আপোনাৰ সৌভাগ্যৰ দিন হ'ব। আপোনাৰ ধন-বিতৰ অৱস্থা উন্নত হ'ব। আপুনি আজি ব্যৱসায়ৰ অনুকূল প্ৰস্তাৱ লাভ কৰিব। আপুনি আজি ব্যৱসায়ৰ ক্ষেত্ৰত নতুন অংশীদাৰিত্ব বা সহযোগিতাৰ সৈতে জড়িত হৈ পৰিব। যিসকলে বিদেশ ভ্ৰমণৰ অথবা উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিছে, সেইসকলে সফলতা অৰ্জন কৰিব। অ-বিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com