মিথুন,২২ মেৰ পৰা ২১ জুনলৈ

আপোনাৰ আয় বৃদ্ধি কৰিব পৰাকৈ আপুনি বুদ্ধিমান। স্বামী-স্ত্ৰীৰ মাজৰ সমন্বয় প্ৰচুৰ হব।
মিথুন,২২ মেৰ পৰা ২১ জুনলৈ
Published on: 

আজিৰ দিনটো আপোনাৰ বাবে অতি মংগলজনক দিন। আপুনি ৰোমাণ্টিক মুডত থাকিব। এই কথা আপোনাৰ সংগীয়েও অনুভৱ কৰিব। পৰস্পৰে পৰস্পৰৰ সংগ অধিক ভালদৰে উপভোগ কৰিব। আপোনাৰ আয় বৃদ্ধি কৰিব পৰাকৈ আপুনি বুদ্ধিমান। স্বামী-স্ত্ৰীৰ মাজৰ সমন্বয় প্ৰচুৰ হব। আপোনাৰ সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীৰ পৰা সহযোগ পাব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com