মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

আৰু আপুনি পৰিয়াল তথা বন্ধুবৰ্গ আদিৰ সমস্যা সমাধানৰ চেষ্টা কৰিব।
মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

নতুন সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আপুনি ধীৰে-সুস্থিৰে আগবাঢ়িব। যদি আপুনি অতি খৰতকীয়া হয়, আপোনাৰ সম্ভাৱ্য সংগী আতংকিত হব পাৰে। আপুনি আজি যুক্তি-তৰ্কত অধিক গুৰুত্ব দিব পাৰে। আপোনাক আজি ধূৰ্ত যেন অনুভৱ হ'ব । আৰু আপুনি পৰিয়াল তথা বন্ধুবৰ্গ আদিৰ সমস্যা সমাধানৰ চেষ্টা কৰিব। চলিত দিনবোৰ পৰিয়ালৰ সৈতে কটালে অতি উপভোগ্য হব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com