মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

বিদেশৰ পৰা আপুনি কোনো চাকৰি অথবা ব্যৱসায়ৰ প্ৰস্তাৱ পাব পাৰে। ইয়াৰ কথা আপুনি দীঘলীয়া সময় ধৰি চিন্তা কৰি আছে। এনে প্ৰস্থাৱ গ্ৰহণৰ বাবে আপুনি কোনো সংকোচ নকৰিব। তদুপৰি আপুনি কোনো দাতব্য আৰু সামাজিক কাম-কাজৰ সৈতেও জড়িত হৈ পৰিব। কিন্তু আপোনাৰ পৰিয়ালৰ কোনো সদস্যক চিকিত্সালয়ত ভৰ্তি কৰাবলগীয়া হব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা দৃঢ় হৈ থাকিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com