মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

ইয়ে আপোনাক ভাল মানুহ হবলৈ সহায় কৰিব। আপোনাৰ ভাবমূৰ্তি বৃদ্ধি পাব।
মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ
Published on: 

অতীতত ঘটি অহা কোনো ঘটনাই আপোনাক বেয়া পদক্ষেপ লবলৈ উতসাহিত কৰিব পাৰে। কিছু পৰ্যবেক্ষনে আপোনাক সহায় কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কক লৈ আপুনি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। জীৱনে আপোনাক ভাল কথা শিকাইছে। আৰু আপুনি সকলো কথাই নিৰাপদ বুলি ধৰি নলব। ইয়ে আপোনাক ভাল মানুহ হবলৈ সহায় কৰিব। আপোনাৰ ভাবমূৰ্তি বৃদ্ধি পাব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com