মিথুন, ২২ মেৰ পৰা ২১জুনলৈ

দিনটোৰ শেষৰ ফালে এক চমু ভ্ৰমণ হাতত লব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে শান্তিপূৰ্ণ দিন হব।
মিথুন, ২২ মেৰ পৰা ২১জুনলৈ
Published on: 

অন্তৰৰ সংগীৰ সৈতে আপুনি এক সুষম সম্পৰ্ক গঢ়ি তুলিব। আপোনালোক ইজনে সিজনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ থকাৰ মাজতে আপুনি প্ৰেমিক বা প্ৰেমিকাৰ বাবে অধিক কৰিব বিচাৰিব। ইয়ে আপোনাৰ সংগীক মুগ্ধ কৰিব। দিনটোৰ শেষৰ ফালে এক চমু ভ্ৰমণ হাতত লব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে শান্তিপূৰ্ণ দিন হব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com