মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

ঘৰত সুখৰ বাতাবৰণ বিৰাজ কৰিব আৰু আপুনি কৰবাৰ পৰা ভাল খবৰ লাভ কৰিব।
মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ
Published on: 

আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত দেখা দিয়া কেতবোৰ বিষয়ত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ সৈতে খুলাখুলিকৈ আলোচনা কৰিবলৈ প্ৰস্তুত থাকিব। আপুনি তাকে কৰিব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সৃষ্টি হোৱা ব্যৱধান দূৰ কৰিবলৈ এই সুযোগ ব্যৱহাৰ কৰিব। সুষমতা আৰু ৰোমান্সে জীৱনত মূল আসন লব। ঘৰত সুখৰ বাতাবৰণ বিৰাজ কৰিব আৰু আপুনি কৰবাৰ পৰা ভাল খবৰ লাভ কৰিব। ইয়ে আপোনাৰ স্পৃহা বৃদ্ধি কৰিব।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com