মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

এনে চিন্তাই আপোনাৰ প্ৰেমৰ জীৱনতো ঠাই পাব। এনে অৱস্থাত আপুনি মধ্যম পথ অনুসৰণ কৰা উচিত।
মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ
Published on: 

আপোনাৰ স্বাস্থ্য অটুট থাকিব। কিন্তু আপোনাৰ ব্যয় বৃদ্ধি পাব। ইয়ে পৰিয়ালত চিন্তাৰ সৃষ্টি কৰিব আৰু আপুনি বাজেট ঠিকে ৰাখিব নোৱাৰিব। তদুপৰি আপুনি স্বাধীন-চিতিয়া বুলি কৰা অনুভৱে আপোনাক নিজা সিদ্ধান্ত লব পৰা কৰি তুলিব। এনে চিন্তাই আপোনাৰ প্ৰেমৰ জীৱনতো ঠাই পাব। এনে অৱস্থাত আপুনি মধ্যম পথ অনুসৰণ কৰা উচিত।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com