মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

পুনি কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাৰে, যিয়ে আপোনাৰ প্ৰগতিৰ দুৱাৰ মুকলি কৰিব
মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ
Published on: 

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপুনি কোৱা কথা নকৰাৰ বাবে আপোনাৰ ধৈৰ্যচ্যুতি ঘটিব পাৰে। ইয়াৰ প্ৰত্যুত্তৰ আপুনি পাব পাৰে। যেতিয়া আপুনি প্ৰত্যুত্তৰ পাব,সিয়ে আপোনাক আচৰিত কৰি তুলিব পাৰে। আপুনি কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাৰে, যিয়ে আপোনাৰ প্ৰগতিৰ দুৱাৰ মুকলি কৰিব।আপুনি আপোনাৰ যানবাহন ভালদৰে মেৰামতি কৰি ৰাখক। অন্যথা ইয়ে আপোনাক অশান্তি দিব পাৰে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com