মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ
Published on: 

আজি আপুনি সহকৰ্মীৰ সৈতে উত্তপ্ত বাক-বিতণ্ডাত লিপ্ত হব পাৰে। আপোনাৰ মেজাজ গৰম হৈ ৰব। ইয়ে জটিল কৰিব পাৰে। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। কোনো তৃতীয় ব্যক্তিৰ হস্তক্ষেপত সংকট নিৰাময় হব। আপুনি কোনো মন্দিৰ বা ধৰ্মীয় স্থান দৰ্শনৰ পৰিকল্পনা কৰিব পাৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com