মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

আপুনি আচাৰ-আচৰণ আৰু দৃষ্টিভংগীৰ জৰিয়তে সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হব।
মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

আপোনাতকৈ বয়সত কিছু জ্যেষ্ঠ কোনো ব্যক্তিৰ সৈতে জড়িত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। ইয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। আপোনাৰ স্বাস্থ্য অটুট থাকিব। আপুনি চাকৰিৰ নতুন প্ৰস্তাৱ লাভ কৰিব। আপোনালৈ ধন-সম্পদৰ আগমণ অব্যাহত থাকিব। আপুনি আচাৰ-আচৰণ আৰু দৃষ্টিভংগীৰ জৰিয়তে সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com