মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

আপুনি য়োগ, ব্যায়াম-অনুশীলন আৰু ধ্যানত গুৰুত্ব দিব। সকলোৱে আপোনাৰ ব্যক্তিত্বক প্ৰশংসা কৰিব।
মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সৃষ্টি হব পৰা কেতবোৰ সমস্যাৰ ক্ষেত্ৰত অনেক বুজা-পৰাৰ প্ৰয়োজন হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সলনি কৰাৰ লক্ষ্য লব পাৰে আৰু ইয়ে আপোনাক দোধোৰ-মোধোৰ অৱস্থালৈ ঠেলি দিব পাৰে। আপুনি য়োগ, ব্যায়াম-অনুশীলন আৰু ধ্যানত গুৰুত্ব দিব। সকলোৱে আপোনাৰ ব্যক্তিত্বক প্ৰশংসা কৰিব। আপুনি ভাল চাকৰি বা ব্যৱসায়ৰ প্ৰস্তাৱ লাভ কৰিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com