মিথুন, ২২মেৰ পৰা ২১ জুনলৈ

আপোনাৰ মনত শুভ চিন্তাৰ উদয় হব। আপোনাৰ মনত উদাৰতাৰ ভাব থাকিব।
মিথুন, ২২মেৰ পৰা ২১ জুনলৈ
Published on: 

আপোনাৰ আভ্যন্তৰীণ মোহনীয়তাই বহুতকে আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। এজনতকৈ অদিক ব্যক্তিৰ আপুনি সংগ উপবোগ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে সন্মানীয় দিন হব। আপোনাৰ বুদ্ধিমত্তা শক্তিশালী। আপোনাৰ মনত শুভ চিন্তাৰ উদয় হব। আপোনাৰ মনত উদাৰতাৰ ভাব থাকিব। ধৰ্মৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com