মিথুন, ২২ মে'ৰ পৰা ২১ জুনলৈ

আপুনি কোনো চিন্তা-দুঃশ্চিন্তাৰ মাজত থাকিব। কিন্তু এই চিন্তা-দুঃশ্চিন্তাৰ বিষয়টো ভাগ-বটোৱাৰা কৰিব নোৱাৰিব।
মিথুন, ২২ মে'ৰ পৰা ২১ জুনলৈ
Published on: 

আপুনি ক'ত শান্তি পাব, তাত গুৰুত্ব দিয়ক। আপুনি প্ৰেমক লৈ বিবেকবান হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সুখৰ বিষয়টো আওকাণ নকৰিব। যিসকলে বিদেশ ভ্ৰমণ কৰিবলৈ উন্মুখ হৈছে, তেওঁলোকে ভিছাৰ সমস্যাৰ সন্মুখীন হব। আপুনি কোনো চিন্তা-দুঃশ্চিন্তাৰ মাজত থাকিব। কিন্তু এই চিন্তা-দুঃশ্চিন্তাৰ বিষয়টো ভাগ-বটোৱাৰা কৰিব নোৱাৰিব। তদুপৰি মানুহৰ পৰা আঁতৰি থকাটোৱে সমস্যাৰ সমাধান নকৰিব। আপুনি কোনো ঘনিষ্ঠজনৰ আগত সমস্যাৰ বিষয়টো কোৱা উচিত।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com