Top
Begin typing your search above and press return to search.

মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

গ্ৰহৰ অৱস্থান ভাল হোৱাত ব্যৱসায়ত আপুনি উন্নতি সাধন কৰিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।

মিথুন, ২২ মেৰ পৰা ২১ জুনলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2020 4:20 AM GMT

আপুনি পেছাগত কামত অধিক সময় দিবলগাটোৱে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক অতি সুখী নকৰিব।ইয়াৰ ফলস্বৰূপে আপোনাৰ ৰোমাণ্টিক জীৱন বাধাগ্ৰস্ত হব। ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা থাকিব। গ্ৰহৰ অৱস্থান ভাল হোৱাত ব্যৱসায়ত আপুনি উন্নতি সাধন কৰিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব। ধনৰ আগমন অব্যাহত থাকিব।

Next Story