আপোনাৰ ৰাশিফলঃ আজি, মঙলবাৰ, ২৯ জুন, ২০২১-ৰ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল চাওক, ২৯ জুনত জন্মদিন থকাসকলে বৰ্ষফলো চাওক।
আপোনাৰ ৰাশিফলঃ আজি, মঙলবাৰ, ২৯ জুন, ২০২১-ৰ

                                                                                                                 মঙলবাৰ, ২৯ জুন, ২০২১

                                                                                                                            জন্মদিনত বৰ্ষফল

সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই সূৰ্ষৰ লগত ত্ৰিকোণ অৱস্থানৰ সৃষ্টি কৰিছে আৰু ইয়ে আপোনাক যথেষ্ট ভাল ফল দিব। সময় আপোনাৰ অনুকূলে থাকিব। আপুনি বিতৰ্কৰ পৰা দূৰৈত থাকিব আৰু ৰিস্ক থকা কাম কৰিব। আপোনাৰ জীৱনশৈলী সৰলতাৰে পূৰ্ণ হৈ থাকিব। আপুনি আপোনাৰ কাম আৰু পৰিয়ালক লৈ সচেষ্ট থাকিব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল হব। আপোনাৰ সন্মান অধিক বৃদ্ধি পাব। আপোনাৰ কাম সকলোতে প্ৰশংসিত হব। আপোনাৰ জনপ্ৰিয়তাৰ গ্ৰাফ বৃদ্ধি পাব। আপুনি যোগাযোগত থকা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাব। অৰ্থনৈতিক দিশত আপোনাৰ সঁহাৰি ইতিবাচক হব। আপোনাৰ বিত্তীয় অৱস্থা আগতকৈ শক্তিশালী হব। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কঠোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হব। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি প্ৰচুৰ লাভ অৰ্জন অৰ্জন কৰিব। চাকৰিত আপোনাৰ স্থান শক্তিশালী হব। আপুনি আনন্দ-স্ফূৰ্তিৰ মাজেৰে সময় অতিবাহিত কৰিব। প্ৰেমিক-প্ৰেমিকাসকলৰ সময় অতি ভাল হব। আপুনি সময় উপভোগ কৰিব। কামত আপুনি উন্নতি সাধন কৰিব।

শুভ তাৰিখসমূহ : ২, ১১, ২০, ২৯

শুভ বাৰসমূহ : বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ : পাতল নীলা, নীলা, বেঙুণীয়া

আজিৰ দিনটোৰ ৰাশিফল

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি হাঁহিৰে উজ্জ্বলি থাকিব আৰু সহজে বন্ধুত্ব গঢ়িব। আপোনাৰ প্ৰতি বিপৰীত লিংগ সহজে আকৰ্ষিত হব আৰু প্ৰতিজনকে বিশেষ আৰু প্ৰয়োজনীয় কৰি তুলিব। আপোনাৰ ৰোমাণ্টিক জীৱন আপোনাৰ লেখীয়াকৈ প্ৰতিশ্ৰুতিৰে পূৰ্ণ হব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সকলোৰে মাজত প্ৰিয়পাত্ৰ হব। আপোনাৰ চিন্তা-ধাৰা গতিশীল হব আৰু সকলোৰে দ্বাৰা গ্ৰহণয়োগ্য হব। আপুনি কাৰ্যালয়ৰ কামৰ সৈতে ব্যস্ত হব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপোনাৰ অনুগামীৰ কোনো অভাৱ নঘটে কাৰণ আপুনি আধ্যাত্মিক ব্যক্তি আৰু আপুনি নিজৰ আকৰ্ষণীয় গুণ কেনেদৰে ব্যৱহাৰ কৰিব লাগে, সেয়া জানে। আপোনাৰ আজিৰ সন্ধিয়াতো উপভোগ্য হব আৰু পৰিয়ালৰ সদস্যবৰ্গ বা বন্ধুবৰ্গৰ লগত আপুনি সন্ধিয়াতো অতিবাহিত কৰিব। আপোনাৰ ব্যৱসায়ৰ আয়তন দুগুণ হব।মানুহে আপোনাক অন্ধভাবে আস্থাত লব। কিন্তু আপোনাৰ অভিপ্ৰায় ভাল হব।

মিথুন : (২২ মে – ২১ জুন)

আপোনাৰ জীৱনলৈ অনেক সুযোগ আহিব আৰু অপ্ৰত্যাশিতভাবে আপুনি বহু কামৰ প্ৰস্তাৱ লাভ কৰিব। আপুনি কোনো বিশেষ ব্যক্তিক লগ পাব আৰু তেওঁৰ প্ৰতি আপোনাৰ অন্তৰত আবেগ-অনুভূতি জাগ্ৰত বা গভীৰ হব। সামগ্ৰিকভাবে আজিৰ দিনটো আপোনাৰ বাবে ভাল আৰু নিজৰ চিন্তা-ধাৰাত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আপুনি হঠাতে কোনো কামত ধন ব্যয় কৰিবলগীয়া হব পাৰে।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আজি জীনসংগীক ধন আৰু পুৰস্কাৰেৰে উপচাই পেলাব। আজিৰ দিনটো আপোনাৰ বাবে সুখৰ দিন হব। আপুনি কোনো অতি ৰোমাণ্টিক স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে আৰু প্ৰেমিক-প্ৰেমিকাৰ সৈতে অন্তৰংগতা অধিক বৃদ্ধি পাব। মাত-কথাত তাল মিলাই চলিব। অন্যথা আপোনাৰ কথা-বতৰাই বিপদত পেলাব পাৰে।

সিংহ: (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আজি কোনো পাৰ্টীত অংশ লওঁতে লগ পোৱা কোনোবা এজনৰ প্ৰতি হঠাতে আকৰ্ষিত হব। আপুনি সেই ব্যক্তিজনৰ বিষয়ে ভালদৰে জানিবলৈ বিচাৰিব আৰু সেই ব্যক্তিজনক অকলে লগ পাবলৈ চেষ্টাৰ ত্ৰুতি নকৰিব। ইয়ে ব্যক্তিজনৰ লগত আপোনাৰ প্ৰেম-ৰোমান্স গঢ়ি তুলিব। আপোনাৰ সময় ভাল হব। আপুনি গঠনমূলক আৰু সৃষ্টিশীল কামত জড়িত হব পাৰে।

কৰিব।

কন্যা ৰাশিঃ(২৪ আগষ্ট-২২ ছেপ্টেম্বৰ)-

আজিৰ দিনটো হঠাতে আপোনাৰ ক্ষেত্ৰত এক জটিল গঢ়ি উঠিব। আপুনি আপোনাৰ পিতৃ-মাতৃ বা পৰিয়ালৰ জ্যোষ্ঠজনৰ স্বাস্থ্যক লৈ চিন্তাত পৰিব । আপুনি সাহসেৰে পৰিস্থিতিৰ সন্মুখীন হব লাগিব। । আপুনি কল্পনাৰ জগতৰ পৰিৱৰ্তে বাস্তৱসন্মত হওক। অন্যথা আপুনি আপোনাৰ সৈতে কি ঘটিছে, সেয়া অনুধাৱন কৰিব নোৱাৰিব। আপুনি আপোনাৰ সন্তানৰ চিন্তা-ধাৰা বুজি পোৱা উচিত। তেওঁলোকৰো ভালদৰে যতন লওক। প্ৰাণীৰ প্ৰতি আপোনাৰ মৰম বৃদ্ধি পাব। আপুনি বিত্তীয় দিশত সফলতা অৰ্জন কৰিব। আপুনি নিজে কৰি ভালপোৱা কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব।

তুলাঃ(২৩ ছেপ্টেম্বৰ- ২৩ অক্টোবৰ)

আজিৰ দিনটো এই সময়ছোৱা আপোনাৰ বাবে অনুকূল। ব্যৱসায় বা জীৱিকাত আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি ব্যস্ত সূচীৰ মাজত কাম সম্পাদন কৰিব। আপুনি আপোনাৰ স্বাস্থ্য়ৰ যতন লোৱা প্ৰয়োজন। আপুনি লক্ষ্যত উপনীত হবলৈ সক্ষম হব। আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন। এই সময়ছৱাত আপুনি অতিৰিক্ত কাম বাদ দিয়াৰ প্ৰয়োজন। আপোনাৰ পৰিয়াল আৰু আপোনাৰ প্ৰেমত শান্তি বিৰাজ কৰিব। আপুনি কোনো পুৰস্কাৰ জয় কৰিবলৈ সক্ষম হব। আপুনি শক্তি-দৃঢ়তাৰ উত্স হব। আপুনি নতুন ব্যৱসায় বা জীৱিকাৰ পথৰ সন্ধান লাভ কৰিব। আপুনি এনে সুযোগ ততপৰতাৰে গ্ৰহণ কৰিব।

বৃশ্চিক ৰাশি ঃ ২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আজিৰ দিনটোত আপুনি জীৱনত কোনো ডাঙৰ সফলতা অৰ্জন কৰিব। ভাগ্য আপোনাৰ অনুকূলে থাকিব। সমাজত আপোনাৰ মৰ্যাদা বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ সদস্যবগ্ৰ আৰু বন্ধুবৰ্গই আপোনাক সমৰ্থন জনাই যাব। আপুনি তেওঁলোকৰ সংগ উপভোগ কৰিব। আপুনি ঘৰৰ বাবে কোনো নতুন সামগ্ৰী ক্ৰয়ৰ সুযোগ পাব। আপুনি সন্তানৰ শিক্ষাৰ বাবে কৰিবলৈ লোৱা কোনো কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি এটা সু-বাৰ্তা লাভ কৰিব। আপোনাৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি কোনো গুৰুত্বপূৰ্ণ পদ লাভ কৰিব। আপুনি নিজৰ লক্ষ্যত দৃষ্টি ৰাখিব আৰু সফলতা অৰ্জন কৰিব। আপোনাৰ জনপ্ৰিয়তা, নাম আৰু যশস্যা বৃদ্ধি পাব।

ধনু (২৩ নৱেম্বৰ-২১ ডিচেম্বৰ)-ৰ ব্যক্তিৰ বাবে আজিৰ দিনটো আগন্তুক সপ্তাহটো আপোনাৰ বাবে আশ্বৰ্যকৰ সপ্তাহ হব। আপোনাৰ চাকৰিত পদোন্নতিৰ যুগ আছে। আপুনি আপোনাৰ উৰ্ধতন মুৰব্বীৰ পৰা সহযোগিতা লাভ কৰিব। আপুনি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে। আহি থকা দিনবোৰে আপোনালৈ সুখ আৰু আনন্দ আনিব। আপুনি প্ৰতিটো কামতে সফলতা অৰ্জন কৰিব । কাৰিকৰী কামত জড়িতসকলে অধিক সফলতা অৰ্জন কৰিব। আপুনি উত্তৰাধিকাৰী সূত্ৰে লাভ অৰ্জন কৰিব। আপোনৰ জীৱনত কোনো ইতিবাচক পৰিৱৰ্তন সাধন হব। ইয়ে আপোনাক আত্মবিশ্বসী কৰি তুলিব। আগন্তুক সপ্তাহটো আপোনাৰ বাবে সুখ আৰু শান্তিৰ সময়। আপুনি সফলতা অৰ্জনৰ দিশত অগ্ৰসৰ হব।

মকৰ (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ আৰু আপোনাৰ কামৰ গুৰুত্ব বৃদ্ধি পাব। আপোনাৰ অৱস্থা উন্নত হব আৰু নিজৰ সৈতে সময় পাৰ কৰি সুখী হব। আপুনি আপোনাৰ স্বাস্থ্যক লৈ সাধান হোৱা উচিত।কিন্তু আপোনাৰ অসাৱদানতাৰ বাবে কৰ্মস্থলীত বিজুটি ঘটিব। আপুনি আপোনাৰ চৰকাৰী কাম-কাজৰ নথি সাৱধানেৰে ৰখা উচিত যাতে শত্ৰুৱে আপোনাক বিপদত পেলাব নোৱাৰে। আপুনি ব্য সীমিত কৰা উচিত। এই দিনবোৰত আপুনি চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। আপোনাৰ পৰিয়ালত শান্তি-সৌহাৰ্দ্যতা বিৰাজ কৰিব। আপুনি পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকৰ পৰা সহযোগিতা লাভ কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

দৈনন্দিন কাম-কাজৰ সূচীৰ মাজত আপুনি দিনটোৰ অধিকাংশ সময় অতিবাহিত কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সময় পাৰ কৰাৰ কথা চিন্তা কৰিব পাৰে আৰু তাৰ বাবে পৰিকল্পনা কৰিব। আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত খোলাখুলিকৈ কথা পাতিব আৰু মুকলিকৈ তেওঁক কিছু কথা কব। আপুনি সময়মতে কাম কৰিব। আধ্যাত্মিক বিষয়ৰ প্ৰতি হঠাতে আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আৰু আপোনাৰ ব্যৱসায়ৰ সংগীয়ে ভৱিষ্যতৰ কথা চিন্তা কৰি যৌথভাবে কোনো ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে। লগতে আপুনি সেই ব্যক্তিজনক বিবাহৰ পৰামৰ্শ দিব পাৰে। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব। আপুনি ধনৰ সৈতে জড়িত বিষয়সমূহত সাৱদান হব। আপুনি পৰিয়ালৰ বাবে খাদ্য আৰু আমোদ-প্ৰমোদতো গুৰুত্ব দিব। আৰু আৰাম-শিথিলতা অনুভৱ কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com