সিংহ(২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ)

আপোনাৰ কাৰ্যালয়ৰ এজন ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ় লৈ উঠিব। এয়া প্ৰথম দৃষ্টিতে প্ৰেমৰ লেখীয়া হব।
সিংহ(২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ)
Published on

আপোনাৰ কাৰ্যালয়ৰ এজন ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ় লৈ উঠিব। এয়া প্ৰথম দৃষ্টিতে প্ৰেমৰ লেখীয়া হব। আপোনাক ব্যক্তিজনে ইতিবাচক সঁহাৰি দিব। তদুপৰি আপুনি লেখা-মেলা, কবিতা ৰচনা বা সুকুমাৰ কলাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি কৰিব। ইয়ে আপোনাৰ জ্ঞান বৃদ্ধি কৰিব। আপোনাৰ আচাৰ-ব্যৱহাৰ ভদ্ৰ আৰু মাৰ্জিত হ'ব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com