সিংহ (২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ)

আপুনি কাজিয়া কৰি আৰু যুঁজ-বাগৰ কৰি সময় কটাব লগীয়া হব পাৰে
সিংহ (২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ)
Published on

আপুনি আজি কোনো কাৰণত কোনো লোকৰ লগত তৰ্কাতৰ্কিত লিপ্ত হব পাৰে।আপোনাৰ ব্যক্তিগত সম্পৰ্কত হস্তক্ষেপ কৰা লোকৰ বিৰোধিতা কৰি দৃঢ় স্থিতি লবলগা হব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে সংঘাতপূৰ্ণ দিন হব পাৰে। আপুনি কাজিয়া কৰি আৰু যুঁজ-বাগৰ কৰি সময় কটাব লগীয়া হব পাৰে। গতিকে লোকচান ভৰাটো নিশ্চিত। সেয়েহে জ্ঞানীৰ লেখীয়াকৈ আচৰণ কৰক আৰু মনক নিয়ন্ত্ৰণ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com