সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

আপুনি সাৱধানতাৰে মতামত তুলি ধৰাৰ প্ৰয়োজন। অন্যথা কোনো বিবাদ হব পাৰে।
সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

আজিৰ দিনটোৰ প্ৰথম ভাগত আপোনাৰ বাবে প্ৰেম-ৰোমান্সৰ কোনো অনুভূতি নাথাকিব। কিন্তু সময় আগবঢ়াৰ লগে লগে আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। কিন্তু কোনো জ্যেষ্ঠজনৰ সৈতে আপুনি তৰ্ক-যুদ্ধত লিপ্ত হব। আপুনি সাৱধানতাৰে মতামত তুলি ধৰাৰ প্ৰয়োজন। অন্যথা কোনো বিবাদ হব পাৰে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com