সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

আপোনাৰ পৰিকল্পনাত সাল-সলনিয়ে সুফল দিব পাৰে। কেৰিয়াৰত আপুনি বিভিন্ন বিকল্প বাছি লব পাৰে
সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

এইবাৰৰ বিয়াৰ বতৰত বিয়া কৰাব নোৱৰা সিংহ ৰাশিৰ লোকৰ বাবে সুখবৰ। আপুনি যদি এনে ব্যক্তি তেন্তে, প্ৰেমিক বা প্ৰেমিকাৰ সৈতে বিয়াৰ কথা আলোচনা কৰিব পাৰে। আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বিয়াৰ সম্পৰ্কত আপোনাৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লব পাৰে। আপোনাৰ পৰিকল্পনাত সাল-সলনিয়ে সুফল দিব পাৰে। কেৰিয়াৰত আপুনি বিভিন্ন বিকল্প বাছি লব পাৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com