সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ
Published on: 

আপোনাৰ জীৱনে হঠাতে আকৰ্ষণীয় ৰূপ লব। আপুনি নিৰ্ভৰ কৰি অহা পুৰণি সম্পৰ্কবোৰ হঠাতে তিক্ত হৈ পৰিব আৰু চিন্তা কৰিব এয়া কিহৰ বাবে হল বুলি। আপুনি ভাগ্যৰ সৈতে আপোচ কৰিব আৰু ভুল শুধৰিণৰ চেষ্টা কৰিব। আপুনি বাস্তৱবাদী হব আৰু মানুহৰ পৰা আশা কৰাটো বাদ দিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com