সিংহ, ২৩ জুলাইৰ পৰা ২৩আগষ্টলৈ

বাণিজ্য, কলা আৰু গণ মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত সুফল লাভ কৰিব।
সিংহ, ২৩ জুলাইৰ পৰা ২৩আগষ্টলৈ
Published on: 

যদি আপুনি অ-বিবাহিত বা অবিবাহিতা, তেন্তে আজি কোনো মোহনীয় আৰু অ-সাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিক লগ পাব যিজনে আপোনাৰ অন্তৰত এক সুকীয়া অনুভূতিৰ সৃষ্টি কৰিবলৈ স৭ম হব। নতুনে যোগোযোগে প্ৰচুৰ লাভ কঢ়িয়াই আনিব। সম্পত্তিৰ সৈতে জড়িত বিষয়তো আপুনি সফলতা অৰ্জন কৰিব। বাণিজ্য, কলা আৰু গণ মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত সুফল লাভ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com