সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

আপুনি কৰ্মস্থলীত কামৰ প্ৰতি প্ৰদৰ্শন কৰা আন্তৰিকতাৰ জৰিয়তে সকলোৰে পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হব।
সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ
Published on: 

এক সুস্থিৰ প্ৰেমৰ সম্পৰ্ক গঢ়িবলৈ বিচৰাটোৱে আপোনাক পেচাগত দিশত নতুন বিকল্প বাছি লবলৈ উত্সাহিত কৰিব। আনকি আপুনি চাকৰিৰ স্থানো সলনি কৰিব পাৰে। আপুনি কৰ্মস্থলীত কামৰ প্ৰতি প্ৰদৰ্শন কৰা আন্তৰিকতাৰ জৰিয়তে সকলোৰে পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হব। আপোনাৰ সকলো মুৰব্বী আপোনাক লৈ সন্তুষ্ট হব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com