সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

অৱশ্যে ব্যৱসায়ত লোকচান ভৰাৰ আশংকা আছে। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব।
সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ
Published on: 

আপোনাৰ প্ৰেম-জীৱন অতি আনন্দকৰ হ'বলৈ অগ্ৰসৰ হৈছে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই অনুভৱ কৰিব য়ে আপোনালোকে পৰস্পৰৰ মাজত বহুখিনি ভাগ-বাটোৱাৰা কৰিব পাৰে। এয়া এনে এক সময় যত জীৱনত আনন্দ উপচি পৰিব। মনত কিছু সন্দেহ থাকিব। কিন্তু এয়া আপুনি তাত্ক্ষণিকভাবে অতিক্ৰম কৰিব। অৱশ্যে ব্যৱসায়ত লোকচান ভৰাৰ আশংকা আছে। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com