সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হৈ থাকিব। আপোনাৰ ওপৰত কামৰ গধুৰ বোজা পৰিব।
সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ
Published on: 

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আবেগ-অনুভূতি অনুসৰি কাম কৰাৰ আপোনাৰ যি প্ৰৱণতা সিয়ে প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ কৰিব। আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে এক চুটি ভ্ৰমণসূচী হাতত লব পাৰে। কাম-কাজবোৰ ঠিকে-ঠাকে থাকিব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হৈ থাকিব। আপোনাৰ ওপৰত কামৰ গধুৰ বোজা পৰিব। কিন্তু নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। আজিৰ দিনটো মধুৰ দিন হব 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com