সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

পৰিয়ালৰ সদস্যবৰ্দৰ মাজত মৰম-চেনেহ বৃদ্ধি পাব। আপুনি কোনো উচ্চপদস্থ বিষয়া আৰু প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব।
সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ
Published on: 

এজন বন্ধুৰ পৰা পোৱা ইতিবাচক সঁহাৰিয়ে আপোনাৰ বিত্তীয় অৱস্থা অধিক উন্নত কৰিব। আপুনি কিছু বিলাসিতা কৰাৰ এক স্থানত উপনীত হব। আজি আপুনি সম্পৰ্কীয় ব্যক্তি আৰু পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে বান্ধোন দৃঢ় কৰক। পৰিয়ালৰ সদস্যবৰ্দৰ মাজত মৰম-চেনেহ বৃদ্ধি পাব। আপুনি কোনো উচ্চপদস্থ বিষয়া আৰু প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com