সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ

আপুনি পাৰিবাৰিক জীৱনক অগ্ৰাধিকাৰ দিব। আপুনি আপোনাৰ দৈনন্দিন কাম-কাজ আৰু জীৱনশৈলীলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব।
সিংহ, ২৩ জুলাইৰ পৰা ২৩ আগষ্টলৈ
Published on: 

আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নে নকৰে, তাক লৈ কোনো ডাঙৰ সিদ্ধান্ত লব লগা হব পাৰে। আপুনি নকৰাৰ সিদ্ধান্ত লোৱাৰ প্ৰৱল সম্ভাৱনা আছে আৰু আপুনি বিবাহৰ পৰিকল্পনা কৰিব পাৰে। আপুনি পাৰিবাৰিক জীৱনক অগ্ৰাধিকাৰ দিব। আপুনি আপোনাৰ দৈনন্দিন কাম-কাজ আৰু জীৱনশৈলীলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব। এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হব। আপুনি বন্ধুবৰ্গৰ সহায় লাভ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com