তুলা( ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ)

আপুনি ধৰ্মীয় স্থান বা মন্দিৰ দৰ্শনৰ পৰিকল্পনা কৰিব পাৰে।
তুলা( ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ)
Published on

আজিৰ দিনটোত আপুনি সহকৰ্মীৰ সৈতে বাদানুবাদত লিপ্ত হ'ব পাৰে। আপোনাৰ মেজাজ উষ্ণ হ'ব পাৰে। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব।কোনো তৃতীয় ব্যক্তিৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব। আপুনি ধৰ্মীয় স্থান বা মন্দিৰ দৰ্শনৰ পৰিকল্পনা কৰিব পাৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com