তুলা(২৩ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ)

তুলা(২৩ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ)

আপোনাৰ ব্যৱসায়ত উন্নতি ঘটিব। বিত্তীয় দিশত আপুনি সুফল লাভ কৰিব।
Published on

দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব। আপোনাৰ সংগীৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ থাকিব। অৱশ্যে সাংঘাটিক একো নঘটে। দিনটোৰ প্ৰথমছোৱা সময় আপুনি কাৰ্যালয়ত অত্যধিক ব্যস্ত থাকিব। কিন্তু পিছবেলা সংগীৰ সৈতে ব্যস্ত হব। আপোনাৰ ব্যৱসায়ত উন্নতি ঘটিব। বিত্তীয় দিশত আপুনি সুফল লাভ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com