Top
Begin typing your search above and press return to search.

তুলা (২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ)

আপোনাৰ মনত অসন্তুষ্টিৰ এক ভাব থাকিব। কিন্তু সেয়া অস্থায়ী হব।

তুলা (২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2020 5:09 AM GMT

আজিৰ দিনটো আপোনাৰ বাবে এক বিশেষ দিন হব। আপোনাৰ আনুগত্যক লৈ সন্দেহ ঘণীভূত হব। আপুনি অনুধাৱন কৰিব যে মানুহৰ প্ৰকৃতিৰ বিষয়ে ধাৰণা কৰাটো সহজ নহয় আৰু ই জীৱনৰ এক অবিচ্ছেদ্য অংগ। আপুনি এনে চিন্তাৰ পৰা সহজে মুক্ত হব। আপোনাৰ মনত অসন্তুষ্টিৰ এক ভাব থাকিব। কিন্তু সেয়া অস্থায়ী হব। আপুনি নিজৰ বাহন মেৰামতিত সময় খৰচ কৰিব লাগিব। আপুনি নিজৰ বিত্তীয় অৱস্তাক লৈ নিশ্চিন্ত থাকিব।

Next Story