Top
Begin typing your search above and press return to search.

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপুনি ধনৰ ক্ষেত্ৰত সুফল লাভ কৰিব। গ্ৰহাদিৰ অৱস্থান আপোনাৰ বাবে শুভ।

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Aug 2020 3:59 AM GMT

আপোনাৰ ভাগ্য ভাল আৰু বেয়া দুযোটাৰে সংমিশ্ৰণ। আপুনি প্ৰেমৰ বাবে কেৰিয়াৰৰ সৈতে আপোচ কৰিব। পৰিয়ালতো চিন্তা-দুঃশ্চিন্তা থাকিব। ইয়ে আপোনাক আপোনাৰ যাত্ৰাত ব্যাঘাত হানিব। আপুনি ধনৰ ক্ষেত্ৰত সুফল লাভ কৰিব। গ্ৰহাদিৰ অৱস্থান আপোনাৰ বাবে শুভ।

Next Story