তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপুনি ধনৰ ক্ষেত্ৰত সুফল লাভ কৰিব। গ্ৰহাদিৰ অৱস্থান আপোনাৰ বাবে শুভ।
Published on

আপোনাৰ ভাগ্য ভাল আৰু বেয়া দুযোটাৰে সংমিশ্ৰণ। আপুনি প্ৰেমৰ বাবে কেৰিয়াৰৰ সৈতে আপোচ কৰিব। পৰিয়ালতো চিন্তা-দুঃশ্চিন্তা থাকিব। ইয়ে আপোনাক আপোনাৰ যাত্ৰাত ব্যাঘাত হানিব। আপুনি ধনৰ ক্ষেত্ৰত সুফল লাভ কৰিব। গ্ৰহাদিৰ অৱস্থান আপোনাৰ বাবে শুভ।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com