তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আনৰ দৃষ্টিত আপোনাৰ ভাবমূৰ্তি উন্নত হ’ব। আপোনাৰ বিত্তীয় অৱস্থা একে থাকিব আৰু ভালৰ ফালে অগ্ৰসৰ হব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

বিকল্প বাছনিৰ ক্ষেত্ৰত আপুনি হতৰ্ক হওক। আজিৰ দিনটোত আপুনি অন্ধভাবে কাৰো ওপৰত আস্থা নাৰাখিব। ডেটিঙৰ বাবে আপোনাৰ বন্ধু বা সহকৰ্মীক প্ৰস্তাৱ দিওঁতে আপুনি অ-পৰিচিতৰ লেখীয়াকৈ আচৰণ কৰিব। আনৰ দৃষ্টিত আপোনাৰ ভাবমূৰ্তি উন্নত হ'ব। আপোনাৰ বিত্তীয় অৱস্থা একে থাকিব আৰু ভালৰ ফালে অগ্ৰসৰ হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com