তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপোনাৰ উৰ্ধতন বিষয়াসকল আপোনাৰ পাৰদৰ্শিতাক লৈ সুখী হ’ব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

আপোনাৰ প্ৰত্যাশা অথবা উদ্বিগ্নতাৰ বিষয়ে প্ৰিয়জনৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন। ইয়ে সম্পৰ্কলৈ উষ্মতা আনিব আৰু প্ৰেমক নতুন ভাব প্ৰদান কৰিব। পৰস্পৰে পৰস্পৰক কৰা প্ৰশংসা সম্পৰ্ক গভীৰ কৰাৰ বাবে প্ৰয়োজন। আপোনাৰ উৰ্ধতন বিষয়াসকল আপোনাৰ পাৰদৰ্শিতাক লৈ সুখী হ'ব। আপুনি যে শুদ্ধ সময়ে সেয়া পুনৰ প্ৰমাণ কৰিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com