Top
Begin typing your search above and press return to search.

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

পুনি প্ৰিয়জনৰ বাবে কোনো উপহাৰ ক্ৰয় কৰিব পাৰে। আপোনাৰ কেৰিয়াৰৰ পথত কোনো বাধা-বিঘিনী থাকিব পাৰে।

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2020 4:51 AM GMT

আজি আপুনি প্ৰিয়জনৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব। দুয়োজনেই পৰস্পৰৰ সংগ সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপুনি প্ৰিয়জনৰ বাবে কোনো উপহাৰ ক্ৰয় কৰিব পাৰে। আপোনাৰ কেৰিয়াৰৰ পথত কোনো বাধা-বিঘিনী থাকিব পাৰে। কোনো ভাগ্য আপোনাৰ প্ৰতি সু-প্ৰসন্ন থাকিব।

Next Story