তুলা, ২৩ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপুনি ধনৰ ক্ষেত্ৰত সুফল লাভ কৰিব। গ্ৰহাদিৰ অৱস্থান আপোনাৰ বাবে শুভ।
তুলা, ২৩ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

আপুনি আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আগত অন্তৰৰ কথা কথা খুলি কোৱাৰ সংযোগ পাব। কৰ্মস্থলীত আজি আপুনি কিছু কঠোৰ হব। পৰিয়ালত চিন্তা-দুঃশ্চিন্তা থাকিব।  আপুনি ধনৰ ক্ষেত্ৰত সুফল লাভ কৰিব। গ্ৰহাদিৰ অৱস্থান আপোনাৰ বাবে শুভ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com