তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

কামৰ প্ৰতি আপোনাৰ আন্তৰিকতাই বহুখিনি কঢ়িয়াই আনিব। আপোনাৰ মুৰব্বী আপোনাৰ কামক লৈ সন্তুষ্ট হব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on

প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোৱে নতুনত্ব কঢ়িয়াই আনিব। চিন্তা-দুশ্চিন্তা কাটি কৰি দিনটো উপভোগ কৰাৰ চেষ্টা কৰক। চন্দ্ৰ শুভ অৱস্থানে সফলতা কঢ়িয়াই আনিব। কামৰ প্ৰতি আপোনাৰ আন্তৰিকতাই বহুখিনি কঢ়িয়াই আনিব। আপোনাৰ মুৰব্বী আপোনাৰ কামক লৈ সন্তুষ্ট হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com