তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

সময় আপোনাৰ বাবে অনুকূল নহব। আপোনাৰ আশা পূৰণ নহ'ব।কৰ্মস্থলীত আপুনি আনৰ ঈৰ্ষা আৰু ষড়ষন্ত্ৰৰ পাত্ৰ হব। আপোনাৰ উন্নতিয়ে আপোনাৰ সহকৰ্মীসকলক ঈৰ্ষান্বিত কৰিব। তদুপৰি প্ৰতিবেশীৰ সৈতেও আপুনি আইনী বিবাদত লিপ্ত হব। অৱশ্যে মধ্যস্ততাৰ জৰিয়তে আপুনি এনে বিবাদ সমাধা কৰিবলৈ সক্ষম হব। আপোনাৰ বিত্তীয় অৱস্থা স্বাভাৱিক হৈ ৰব। আপুনি প্ৰাৰ্থনা, ধ্যান আৰু ধৰ্মীয় গ্ৰন্থ পঢ়িবলৈ আকৰ্ষিত হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com