তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপুনিও তেওঁৰ চিন্তা-ধাৰা চলিত সময়ৰ সৈতে খাই নাখাই অনুভৱ কৰিব পাৰে। কিন্তু আপোনাৰ বিত্তীয় উন্নতি দ্ৰুততৰে সাধন হব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা কি পালে, সেয়া বিবেচনা কৰাৰ সময় সমাগত হৈছে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক পুৰণিকলীয়া আখ্যা দিব পাৰে আৰু আপুনিও তেওঁৰ চিন্তা-ধাৰা চলিত সময়ৰ সৈতে খাই নাখাই অনুভৱ কৰিব পাৰে। কিন্তু আপোনাৰ বিত্তীয় উন্নতি দ্ৰুততৰে সাধন হব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com