তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

কেৰিয়াৰত উন্নতিৰ বাবে আপুনি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আজিৰ দিনটো আপোনাৰ বাবে অনুকূল।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

আপোনাৰ এক উত্কৃষ্ট প্ৰেমৃজীৱন আছে আৰু ইয়ে আপোনাক উজ্জীৱিত কৰি ৰাখিব। কিন্তু আপোনাৰ কেতবোৰ আচৰণে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক হতাশ কৰি ৰাখিব। কিন্তু তাৰ ৭তি গুৰুতৰ নহব কাৰণ আপোনালোকৰ মাজত বাল বুজাবুজি আছে্। কেৰিয়াৰত উন্নতিৰ বাবে আপুনি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আজিৰ দিনটো আপোনাৰ বাবে অনুকূল। আপুনি ভাল লাভালাভ অৰ্জন কৰিবলৈ সক্ষম হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com