প্ৰেম-জীৱনত কোনো ভুলৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক দোষাৰোপ কৰাতকৈ নিজক খুচৰি চোৱাৰ প্ৰয়োজন। আপুনিও ভুল কৰিব পাৰে। আপোনাৰ স্বাস্থ্য ভালে নাথাকিব পাৰে। ইয়ে আপোনাৰ কাম-কাজত ব্যাঘাত জন্মাব। আৰু আপোনাৰ পদোন্নতিত পলম হব পাৰে। কিন্তু আপোনাৰ স্পৃহাৰ অৱনতি নঘটিব আৰু আপুনি শক্তি আৰু উদ্যমেৰে পূৰ্ণ হৈ থাকিব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
কিন্তু আপোনাৰ স্পৃহাৰ অৱনতি নঘটিব আৰু আপুনি শক্তি আৰু উদ্যমেৰে পূৰ্ণ হৈ থাকিব

Next Story