তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

কৰ্মস্থলীত আপোনাৰ প্ৰতিষ্ঠা বৃদ্ধি পাব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মচাৰীসকলে আপোনাক সহায়-সমৰ্থন কৰিব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

আপোনাৰ প্ৰেম জীৱন এক পৰীক্ষাৰ মাজেৰে অতিবাহিত হৈছে। আপোনালোকৰ সম্পৰ্কৰ মাজত এজন ব্যক্তিৰ প্ৰৱেশ ঘটিব আৰু ইয়ে উদ্বিগ্নতাৰ সৃষ্টি কৰিব। কিন্তু কোনো বিশ্বস্ত ব্যক্তিৰ সৈতে হোৱা কিঞ্চিত আলোচনাৰ পৰা বৃহত সকাহ পাব। কৰ্মস্থলীত আপোনাৰ প্ৰতিষ্ঠা বৃদ্ধি পাব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মচাৰীসকলে আপোনাক সহায়-সমৰ্থন কৰিব। আপুনি কোনো বিত্তীয় সমস্যাৰ সন্মুখীন নহয়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com