তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু জ্যেষ্ঠকৰ্মীসকলে আপোনাক লৈ অসন্তুষ্ট হব। কিন্তু আপুনি তেওঁলোকক পতিয়ন নিয়াবলৈ সক্ষম হব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

এই সময়চোৱা এনে এক সময়, যি সময়ত আপুনি অকলশৰীয়া হোৱাৰ ভয়ত ডুব যাব। এনে কেতবোৰ পৰিস্থিতিৰ সৃষ্টি হব যে আপুনি অসহায়বোধ কৰিব। আপোনাৰ দায়িত্বশীলতাই আপোনাক অধৈৰ্য কৰি তুলিব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু জ্যেষ্ঠকৰ্মীসকলে আপোনাক লৈ অসন্তুষ্ট হব। কিন্তু আপুনি তেওঁলোকক পতিয়ন নিয়াবলৈ সক্ষম হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com