তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপুনি ব্যৱসায় সম্বন্ধীয় কামত কোনো স্থানলৈ ভ্ৰমণ আঁচনি লব। আয়ৰ নতুন উত্সৰ সন্ধান কৰিব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰি ব্যস্ততাৰে সময় অতিবাহিত কৰিব। বিত্তীয় আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি ব্যৱসায় সম্বন্ধীয় কামত কোনো স্থানলৈ ভ্ৰমণ আঁচনি লব। আয়ৰ নতুন উত্সৰ সন্ধান কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com