তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপুনি সামাজিক পৰিসৰ বৃদ্ধিৰ বাবে চলোৱা চেষ্টাই আপোনাৰ ব্যয় বৃদ্ধি কৰিব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

আজিৰ দিনটো আপোনাৰ বাবে সুখ-সন্তুষ্টিৰ দিন হব। আপুনি নিজকে সামাজিক কৰি তুলিব। আপুনি নতুন মানুহৰ সংস্পৰ্শলৈ আহিব আৰু আপোনাৰ মনোযোগ আকৰ্ষণ কৰা কোনোজনৰ সৈতে আপোনাক পৰিচয় কৰাই দিয়া হব। আপুনি সামাজিক পৰিসৰ বৃদ্ধিৰ বাবে চলোৱা চেষ্টাই আপোনাৰ ব্যয় বৃদ্ধি কৰিব। আপোনাৰ ধন অপব্যয় হবলৈ নিদিব। আপোনাৰ ব্যয়ৰ প্ৰতি দৃষ্টি ৰাখক। ধৰ্মৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com